Morom barhe lyrics
Morom barhe lyrics Assamese song from the Youtube release date Jan 12, 2020 Right for this video and lyrics is provided by Studio – DHWANI RECORDS and his team . Morom barhe is one the latest hits song in Assamese people. The song is sung by Neel Akash & Subasana Dutta. music given by Dipkesh Borgohain and Lyrics/Tune Pallab Gogoi.

Song credits
Singer – Neel Akash & Subasana Dutta
Music & Tune – Dipkesh Borgohain
Lyrics – Pallab Gogoi
Flute – Anjan Medhi
Guitar – Kailash Sharma
Tabla & Percussion – Raja Baruah
Morom barhe lyrics in Assamese
মৰম বাঢ়ে গুপনে গুপনে
হৃদয় যোৰে আবেগে আবেগে ২
কওঁ কি দৰে মোৰ মনৰে কথা
ভাবিলেই মোৰ মন আজি
উৰি গুচি যায়
মৰম বাঢ়ে সদায়
তোমাকে পাবলে
জিলিকি আছা তুমি
মন আকাশী তৰা হৈ
হিয়া দহে মোৰ বুকু ভাগে
তুমি আতৰি আতৰি থাকিলে
জীৱন বাটৰ প্ৰতিটো খুজতে
বিছাৰো মোৰে কাষৰতে
মোৰ প্ৰতি উশাহ তোমাৰেই নামত
জুখিব নোৱাৰা প্ৰীতি তোমাৰেই
মৰম বাঢ়ে সদায়
তোমাকে পাবলৈ
জিলিকি আছা তুমি
মন আকাশী তৰা হৈ
এচেৰেঙা ৰদে তোমাৰ জানা
সানে দেহতে সোনালী বৰণ
সপোন সপোন লগা বৰষা যেন
মোৰ বুকুতে প্ৰতিটো ক্ষণ
দূৰ সিমনাতে বৈ যাব খোজে
দৰদী মৰমে তোমাক সাবতি লৈ
মৰম বাঢ়ে সদায়
তোমাকে পাবলৈ
জিলিকি আছা তুমি
মন আকাশী তৰা হৈ
For more Lyrics click here